77th Independence Day Celebration at Sonitpur District

  • দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰৰ চাৰ্চ ফিল্ডত আয়োজন কৰা অনুষ্ঠানত অসম চৰকাৰৰ পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ।